Fagun Lyrics in Assamese | Latest Assamese Song 2020 - Zubeen Garg


Fagun Lyrics in Assamese | Latest Assamese Song 2020 - Zubeen Garg

Fagun Lyrics in Assamese:- Fagun is the Latest Assamese Song sung by Zubeen Garg. The Lyrics Writer of this song is Sasanka Samir.

Audio Credits

Song






Fagun
Singer
Lyricist
Sasanka Samir
Music
Jayanta Kakati
Music Label
Dhwani Records







Fagun Lyrics in Assamese

সমীৰে দিবগৈ ফাগুনৰ দিনতে
মই নোহোৱাৰ বাতৰি
স্মৃতিয়ে কবগৈ, পাহৰা খিয়নতে
মই নথকাৰ কাহিনী
পাৰিবানে তুমি, সিদিনা হাহিব
অতীতৰ ছবিবোৰ, এলাগী কৰিব
মই নোহোৱাৰ বাতৰি শুনি
মই নথকাৰ কাহিনী জানি

সমীৰে দিবগৈ ফাগুনৰ দিনতে
মই নোহোৱাৰ বাতৰি
স্মৃতিয়ে কবগৈ পাহৰা খিয়নতে
মই নথকাৰ কাহিনী

সময় বাগৰি আঘুণৰ কুঁৱলী
শৰীৰত শিপালে আমাৰ পুৰণি
সাধুবোৰ সুঁৱৰি পাবানে নিজকে
সপোন আদৰা তমখা
জোনাকৰ এঙাৰ পাবা

সমীৰে দিবগৈ ফাগুনৰ দিনতে
মই নোহোৱাৰ বাতৰি


নতুন আদৰি কুঁহিপাত পাহৰি
ৰদাকাস চুবলে 
আচিন আলহী
ধুমুহাত সাৱটি প্ৰতিভাত পাবানে
যাযাবৰ সৰাপাতে তোমাক
কবহি মোৰাই কথা 

সমীৰে দিবগৈ ফাগুনৰ দিনতে
মই নোহোৱাৰ বাতৰি
স্মৃতিয়ে কবগৈ পাহৰা খিয়নতে
মই নথকাৰ কাহিনী
পাৰিবানে তুমি সিদিনা হাহিব
অতীতৰ ছবিবোৰ এলাগী কৰিব
মই নোহোৱাৰ বাতৰি শুনি
মই নথকাৰ কাহিনী জানি

সমীৰে দিবগৈ ফাগুনৰ দিনতে
মই নোহোৱাৰ বাতৰি
স্মৃতিয়ে কবগৈ
পাহৰা খিয়নতে
মই নথকাৰ কাহিনী

Fagun song full video




Post a Comment

0 Comments