Singer: Zubeen Garg
Junaki Rati Lyrics in Assamese
তুমি আহিবা জোনাকী ৰাতি
মই থাকিম আগ চোতালত
শেৱালি জোপাৰ তলত
তুমি আহিবা জোনাকী ৰাতি
মই থাকিম আগ চোতালত
শেৱালি জোপাৰ তলত
গভীৰ যিমানেই নিবিৰ নিশা
আকুল সিমান মোৰ মনৰ আশা
গভীৰ যিমানেই নিবিৰ নিশা
আকুল সিমান মোৰ মনৰ আশা
তুমিয়েই তুমিয়েই মন আকাশৰ
ভৰ জোনৰ পোহৰ
তুমিয়েই তুমিয়েই মন আকাশৰ
ভৰ জোনৰ পোহৰ
তুমি আহিবা জোনাকী ৰাতি
মই থাকিম আগ চোতালত
শেৱালি জোপাৰ তলত
শাৰদী জোনাক শেৱালি সুবাস
মই থাকিম জীয়াই তোমাৰ ছায়াত
শাৰদী জোনাক শেৱালি সুবাস
মই থাকিম জীয়াই তোমাৰ ছায়াত
তুমিয়েই তুমিয়েই মন আকাশৰ
ভৰ জোনৰ পোহৰ
তুমিয়েই তুমিয়েই মন আকাশৰ
ভৰ জোনৰ পোহৰ
তুমি আহিবা জোনাকী ৰাতি
মই থাকিম আগ চোতালত
শেৱালি জোপাৰ তলত


0 Comments