Morome Tanise Song Lyrics | Assamese Lyrics - AssameseLyrical.com


[

Song: Morome Tanise (মৰমে টানিছে)

Singer: Richa Sharma

Morome Tanise Song Lyrics


 বিয়লি বিলতে জকাইখন বাম

খালৈটো ভৰাই মাছ কেইটাকে পাম

চেনাই ধন হৈ বহি থাক

তোক এগৰাহ খোৱাই মই

এগৰাহ খাম

বিয়লি বিলতে জকাইখন বাম

খালৈটো ভৰাই মাছ কেইটাকে পাম

চেনাই ধন হৈ বহি থাক

তোক এগৰাহ খোৱাই মই

এগৰাহ খাম

মৰমে টানিছে মোক

সিফালে

টানিছে মোক

ইফালে

কিনো কৰিম ক'

তোক মই ভাবিছোঁ মোৰ আপোনজন

তোক দিলোঁ হিয়া খন

আঁকোৱালি ল'


AssameseLyrical.com


বাৰীতে মাৰিম পাক

বিচাৰি আনিম শাক

মোৰ নিচিনা নাপাবি

মোৰ বুকুতে সোমাই থাক

ৰূপতে মায়াৰ জাল

হাতে কামেও ভাল

বাচিব জানোঁ ফুল

পাতিলৈ তাঁতৰ শাল

মৰমে টানিছে মোক

সিফালে

টানিছে মোক

ইফালে

কিনো কৰিম ক'

তোক মই ভাবিছোঁ মোৰ আপোনজন

তোক দিলোঁ হিয়া খন

আঁকোৱালি ল'

বিয়লি বিলতে জকাইখন বাম

খালৈটো ভৰাই মাছ কেইটাকে পাম

চেনাই ধন হৈ বহি থাক

তোক এগৰাহ খোৱাই মই

এগৰাহ খাম

বিয়লি বিলতে জকাইখন বাম

খালৈটো ভৰাই মাছ কেইটাকে পাম

চেনাই ধন হৈ বহি থাক

তোক এগৰাহ খোৱাই মই

এগৰাহ খাম



মৰম দি মৰম লম

তোৰ বুকুতে পৰি লম

তই মান বা নামান

তই মোৰ মই তোৰে হম

তই নাচাব কলেও চাম

ভাল নাপাব কলেও পাম

তই পলাই ক'ত সাৰিবি

তই যতে যাৱ পাছত যাম

মৰমে টানিছে মোক

সিফালে

টানিছে মোক

ইফালে

কিনো কৰিম ক'

তোক মই ভাবিছোঁ মোৰ আপোনজন

তোক দিলোঁ হিয়া খন

আঁকোৱালি ল'

বিয়লি বিলতে জকাইখন বাম

খালৈটো ভৰাই মাছ কেইটাকে পাম

বিয়লি বিলতে জকাইখন বাম

খালৈটো ভৰাই মাছ কেইটাকে পাম ।

]


Post a Comment

0 Comments